সমললৈ যাওক

বাৰ্তা:দীপক চান্দ জৈন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্থনীতি আৰু ব্যৱস্থাপনা বিষয়ৰ জ্ঞান শূণ্য হোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰৱন্ধটোত ব্যৱহৃত বহু অৰ্থনীতি আৰু ব্যৱস্থাপনা সম্পৰ্কীয় শব্দ ইংৰাজী ৰূপতেই ৰখা হৈছে। কোনোৱে এই শব্দসমূহৰ অসমীয়া প্ৰতিৰূপ জানিলে সেয়া সম্পাদনা কৰিবলৈ অনুৰোধ জনালো। ‌প্ৰণৱ জ্যোতি ভূঞা (talk) 05:26, 4 জানুৱাৰী 2014 (UTC)

অৰ্থনীতিৰ ক্ষেত্ৰত এইখনৰ সহায় ল'ব পাৰা: https://www.facebook.com/notes/assamese-wikipedia-community/economic_terminology_editable/471122016259691

— গীতাৰ্থ বৰদলৈ (talk) 06:26, 4 জানুৱাৰী 2014 (UTC)

সততে ব্যবহৃত শব্দবোৰ যেনে "ডীন", "স্কুল" আদি তেনেকৈয়ে ব্যৱহাৰ কৰিব পৰা যায়। প্রভাকৰ শৰ্মা নেওগ (talk) 08:35, 4 জানুৱাৰী 2014 (UTC)
ধন্যবাদ গীতাৰ্থ। সময় উলিয়াই চকু ফুৰাব লাগিব।
প্ৰভাকৰ দা, কথাটো সঁচা। এইবিলাক শব্দৰ অসমীয়াকৰণ কৰিলে confusion হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ভৱিষ্যতলৈ মনত ৰাখিম বাৰু। আগতে কৰা বিলাকতো পৰ্যায়ক্ৰমে ঠিক কৰিম। প্ৰণৱ জ্যোতি ভূঞা (talk) 11:07, 4 জানুৱাৰী 2014 (UTC)

দীপক চান্দ জৈনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক