বাৰ্তা:দেবানন্দ ভৰালি
বিষয় যোগ কৰকঅৱয়ব
"ভৰালী"হে হ'ব নেকি। — গীতাৰ্থ বৰদলৈ (talk) 07:07, 17 জানুৱাৰী 2013 (UTC)
- মূল কিতাপখনত (ফে'চবুকত দিয়া লিংকটোত) দেবানন্দ ভৰালি বুলি লিখিছে! :) উদ্দীপতালুকদাৰ (talk) 10:12, 17 জানুৱাৰী 2013 (UTC)
- উদ্দীপতালুকদাৰে ঠিকেই কৈছে। সাধাৰণতে মানুহৰ নাম, নামটোৰ গৰাকীয়ে যি বানানেৰে লিখে, অইনেও তেনেকৈ লিখিব লাগে।
বাবুল বৈশ্য 15:14, 17 জানুৱাৰী 2013 (UTC)
- তেন্তে 'ভৰালি' কৰি দিলেই হ'ল! — গীতাৰ্থ বৰদলৈ (talk) 16:59, 17 জানুৱাৰী 2013 (UTC)
দেবানন্দ ভৰালিৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন দেবানন্দ ভৰালিক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।