বাৰ্তা:দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ
অৱয়ব
অসমীয়াত the-শব্দটো 'দা' এনেকৈ লিখিব লাগে বুলি ভাৱো৷ 'দ্য' - এইটো বাংলা শৈলী৷ গতিকে এই প্ৰবন্ধৰ শিৰুনামা এনে হোৱা উচিত - দা অ'থ অফ দা বায়ুপুত্ৰজ বিক্ৰম৯৮ 02:50, 11 ডিচেম্বৰ 2013 (UTC)
দ্য অ'থ অফ দ্য বায়ুপুত্ৰজৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন দ্য অ'থ অফ দ্য বায়ুপুত্ৰজক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।