বাৰ্তা:নগেন শইকীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্যৰ অভাৱত পৃষ্ঠাখন তৈয়াৰ কৰিহে ৰখা হৈছে৷ অধিক তথ্যৰ প্ৰয়োজন আছে৷

Anjal Borah ০৮:৩৫, ২২ চেপ্তেম্বৰ ২০১১ (UTC)

সুস্মিতা, তুমি সম্পাদনা কৰোঁতে পূৰ্বতে থকা কিছুমান প্ৰসঙ্গ তথ্যৰ লিংক আঁতৰাই দিলা৷ নতুন তথ্য যোগ দিলেও পুৰণি তথ্যসমূহ বা তাৰ লিংকবিলাক আঁতৰাই নিদিলে ভাল!! আনহাতে কৃষ্ণকান্ত সন্দিকৈ বঁটা আগতে আছিল পিছৰ সম্পাদনাত লিংকসহ আঁতৰাই দিয়া হ'ল৷ লগতে সকলো কিতাপ লিংক কৰি দিয়াৰ প্ৰয়োজন আছেনে? প্ৰয়োজন নহ'লে আৰু ভৱিষ্যতে নতুন পৃষ্ঠাত লিখাৰ সম্ভাৱনা নাথাকিলে লিংক কৰি নাৰাখিলেও হয়৷ চাবাচোন৷

Anjal Borah ০৭:৩৮, ২৮ চেপ্তেম্বৰ ২০১১ (UTC)