সমললৈ যাওক

বাৰ্তা:নামেৰি ৰাষ্ট্ৰীয় উদ্যান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰাণীকুল সম্পৰ্কীয় বিভাগত ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ চৰাইৰ সংখ্যা দিয়া হৈছে আৰু তাৰ উৎসৰ উদ্বৃতি দিয়া হৈছে। ই ভাল কথা। কিন্তু তাৰ লগত উদ্বৃতি দিয়া কামৰ লেখক দুজনৰ নাম উল্লেখ কৰা হৈছে আৰু এজনৰ কৰ্ম সংস্থানৰ বিষয়ে কৈ কৰ্মৰ প্ৰসংশা কৰা হৈছে। ৱিকিপিডিয়াৰ https://en.wikipedia.org/wiki/Wikipedia:Biographies_of_living_persons পৃষ্ঠাৰ অনুসৰি ই গ্ৰহণ যোগ‍্য নহয় যেন বোধ হল। সাধাৰনতে উদ্বৃতি দিলেই লিখকে উচিত স্বীকৃতি পায়। এই আশোৱাহ আতৰালে ভাল হয়।

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক