বাৰ্তা:নিজামাবাদৰ ক'লা মাটিৰ শিল্প

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

মৃৎ মানেইতো মাটি। শিৰোনামত একেটা শব্দকে দুবাৰ ব্যৱহাৰ হৈছে। প্ৰবন্ধটোৰ শিৰোনাম এইবোৰৰ এটা হ'লে ভাল আছিল কিজানি- ১) নিজামাবাদৰ ক'লা মৃৎশিল্প ২) নিজামাবাদৰ ক'লা মাটিৰ শিল্প ৩) নিজামাবাদৰ ক'লা মাটিৰ পাত্ৰ। @অজয় দাস:, মন কৰিবা। বাবুল বৈশ্য (বাৰ্তা) 02:52, 4 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Babulbaishya: অনুবাদ কৰি থাকোঁতে কথাটো মন কৰিছিলোঁ। তেতিয়া মনলৈ উপযুক্ত শব্দ নাহিল! 'নিজামাবাদৰ ক'লা মাটিৰ শিল্প' কৰি দিম। ধন্যবাদ।- অজয়  কথা-বতৰা 04:32, 4 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]