বাৰ্তা:নৱগ্ৰহ মন্দিৰ, গুৱাহাটী
অৱয়ব
কোনো লেখকৰ দ্বাৰা লিখিত প্ৰবন্ধ নহৈ, ৱেবছাইটৰ প্ৰবন্ধ হ'লে গোটেই লিংকটোৱেই দি দিয়া ভাল হ'ব নেকি? 117.198.48.109 ১৪:৪৫, ২৯ চেপ্তেম্বৰ ২০১১ (UTC)
ঠিক আছে৷ ৱেবচাইটৰ প্ৰবন্ধ হ'লে গোটেই লিংকটো দিয়াটো ভাল হ'ব৷ কিন্তু এই লেখাটোৰ সকলো কথা শান্তনু কৌশিক বৰুৱাৰ কিতাপৰ পৰা একেদৰে লোৱা হৈছে৷ অৱশ্যে ৱেবচাইটত চাওতেও একেখিনি কথাই পালোঁ৷ গতিকে তাক বৰ্হি সংযোগ হিচাপে ৰখা হ'ল৷
Anjal Borah ০৬:০৭, ৩০ চেপ্তেম্বৰ ২০১১ (UTC)
নৱগ্ৰহ মন্দিৰ, গুৱাহাটীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন নৱগ্ৰহ মন্দিৰ, গুৱাহাটীক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।