সমললৈ যাওক

বাৰ্তা:পাঠশালা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

state_name = অসম লিখিলে অসমৰ মেপখন আগলৈ ওলাই নাহে (Zoom নহয়) state_name = Assam লিখিলেহে আহে , কোনটো টেমপ্লেটৰ গণ্ডগোল বাৰু? দীপাংকৰ চেতিয়া 19:56, 21 জানুৱাৰী 2012 (UTC)

টেমপ্লেট বিলাক মই এতিয়াও বুজি উঠা নাই। খুৱ সম্ভৱ, অসম লিখিলে টেমপ্লেটটোৱে বুজি নাপায়। ইংৰাজীত লিখিলেহে বুজি পায়। ইংৰাজীটো নিজে নিজে অসমীয়া অহা কৰিব পাৰি। সেইটো গীতাৰ্থই জানে। উদ্দীপতালুকদাৰ 20:32, 21 জানুৱাৰী 2012 (UTC)