বাৰ্তা:পাত্‌কাইৰ সিপাৰে ন বছৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰপেক্ষ ভাষা[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰৱন্ধৰ ভাষা যথাসম্ভৱ নিৰপেক্ষ হ'ব লাগে। সেয়ে গ্ৰন্থখনৰ প্ৰশংসাসুলভ কথাখিনিৰ কিছু আঁতৰাই দিলোঁ। বাকী ৰোৱাখিনিৰ ক্ষেত্ৰত তথ্যসূত্ৰ (যেনে, গ্ৰন্থ সমালোচনাৰ প্ৰকাশিত লেখা)ৰ প্ৰয়োজন। -Joli Rumi (বাৰ্তা) 12:56, 18 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]