বাৰ্তা:পূবেৰুণ (চলচ্চিত্ৰ)
অৱয়ব
শিৰোনামা "পূবেৰুণ", কিন্তু ভিতৰৰ কথাখিনি "ৰঙা পুলিচ"ৰ ? Gitartha.bordoloi ১৮:২৭, ২০ আগষ্ট ২০১১ (UTC)
মই তোমাৰ মন্তব্যটো ইমান দিনে দেখাই নাছিলো! আচলতে মই মূল ছেকচন বিলাক একে ৰাখিবৰ কাৰণে প্ৰথমে existing article এটাৰপৰা লিখা খিনি কপি কৰি লওঁ, সেয়ে লগে লগে চালে , সেই গোলামালটো দেখা যায়। এইবাৰৰপৰা মই প্ৰথম ছেভ কৰাৰ আগেয়ে মূল ছেকছনকেইটা বাদ দি বাকীখিনি ডিলিট কৰিহে ছেভ কৰিম দিয়া। উদ্দীপতালুকদাৰ ১০:২১, ৩১ আগষ্ট ২০১১ (UTC)
পূবেৰুণ (চলচ্চিত্ৰ)ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন পূবেৰুণ (চলচ্চিত্ৰ)ক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।