বাৰ্তা:প্ৰমথেশ চন্দ্ৰ বৰুৱা

    অসমীয়া ৱিকিপিডিয়াৰ পৰা

    প্ৰমথেশ বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ সুপ্ৰসিদ্ধ ব্যক্তি কেনেকৈ হ'ব? তেখেতে বাংলা ছবিহে নিৰ্মাণ কৰিছিল। — গীতাৰ্থ বৰদলৈ (talk) 15:30, 4 নৱেম্বৰ 2012 (UTC)

    এনেকৈ :) বিষ্ণু শইকীয়া 17:16, 4 নৱেম্বৰ 2012 (UTC)
    এইটো ম‍ই চোৱাই নাছিলোঁ। তেতিয়াহ'লে "ইন্দ্ৰমালতী" দ্বিতীয় অসমীয়া কথাছবি কেনেকৈ হ'ল? — গীতাৰ্থ বৰদলৈ (talk) 17:47, 4 নৱেম্বৰ 2012 (UTC)
    উদ্দীপদাৰ সৈতে আলোচনা কৰিবাচোন| বিষ্ণু শইকীয়া 18:31, 4 নৱেম্বৰ 2012 (UTC)

    প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

    আলোচনা আৰম্ভ কৰক