বাৰ্তা:প্ৰাঞ্জল কাশ্যপ
অৱয়ব
অজ্ঞাত লেখকজনৰ প্ৰতি: অনুগ্ৰহ কৰি প্ৰবন্ধটোক এটা তথ্যপূৰ্ণ চুটি প্ৰবন্ধৰ ৰূপ দিয়ক। এনে অত্যাধিক চুটি প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াৰ বিশেষ উপকাৰ নহ'ব। লগতে একাউণ্ট এটাও সৃষ্টি কৰক। গীতাৰ্থ বৰদলৈ (talk) 16:33, 6 মাৰ্চ 2012 (UTC)
- এই প্ৰবন্ধটোৰ কথাখিনি অতি নিম্নমানৰ হৈছে| ৱিকিপিডিয়াত এইটো ৰাখিব পাৰি জানো? খালী বা বিলোপ, কিবা এটা কৰিলে ভাল হয়| বিষ্ণু শইকীয়া বাৰ্তা 17:41, 12 মাৰ্চ 2012 (UTC)
- Note: This template should not be used on biographies of living persons. — গীতাৰ্থ বৰদলৈ (talk)
স্থানান্তৰ
[সম্পাদনা কৰক]ইমান দিন পোখালি হৈয়ে থাকিল| লেখকৰ সদস্য পৃষ্ঠালৈ ঠেলি দিয়াৰ প্ৰস্তাৱ দিলো| বিষ্ণু শইকীয়াবাৰ্তা 19:29, 21 এপ্ৰিল 2012 (UTC)