সমললৈ যাওক

বাৰ্তা:ফাকুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 6 বছৰৰ পূৰ্বে by Gitartha.bordoloi in topic শিৰোনাম

শিৰোনাম

[সম্পাদনা কৰক]

পৃষ্ঠা স্থানান্তৰ কৰোঁতে সম্পাদনা সাৰাংশত "অনুগ্ৰহ কৰি লিখনি প্ৰকাশ কৰাৰ আগত অভিধান মেলিব" জাতীয় বাক্য সমৰ্থন নকৰোঁ। ই আন সম্পাদকক নিৰুৎসাহিত কৰিব পাৰে ("লিখনি" শব্দটোৰো প্ৰয়োগ ভুল, সেইটো বেলেগ বিষয়)। অনলাইন চন্দ্ৰকান্ত আৰু শব্দ অভিধানত "ফাকুৱা" বুলিয়েই আছে। গতিকে আলোচনা পৃষ্ঠাত এই বিষয়ে টোকা এটা লিখি স্থানান্তৰ কৰা ভাল বুলি ভাবোঁ। — গীতাৰ্থ বৰদলৈ (talk) 08:03, 20 March 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক