সমললৈ যাওক

বাৰ্তা:বাঘ হাজৰিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 10 বছৰৰ পূৰ্বে by 117.248.170.85

ঐতিহাসিক ব্যক্তিৰ ৰাষ্ট্ৰীয়তা থাকিব জানো? তাকো ভাৰতীয় হিচাপে, সাধাৰণতে পুৰণি দিনৰ ব্যক্তি হ'লে 'ব্ৰিটিছ ইণ্ডিয়া' বুলি লিখাহে দেখো। কিন্তু, বাঘ হাজৰিকা তাৰো আগৰ, গতিকে মোৰ বোধেৰে ৰাষ্ট্ৰীয়তা নালাগেই, থাকিলে খেলি-মেলি হোৱাৰ সম্ভাৱনাহে বেছি। 117.248.170.85 12:19, 24 November 2015 (ইউ.টি.চি.)উত্তৰ দিয়ক