সমললৈ যাওক

বাৰ্তা:বালিঘোৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ওপৰৰ লিংকত Red-wattled Lapwing ৰ অসমীয়া নাম "বালিঘৰা" বুলি আছে। কিন্তু শব্দ ডট অৰ্গত "বালিঘোৰা" বুলি আছে। http://www.xobdo.org/asm/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%98%E0%A7%8B%E0%A7%B0%E0%A6%BE মই বিশ্বনাথ ঘাটত এই চৰাইবিধৰ ফটো উঠাওতে তাৰ স্থানীয়লোক সকলে "বালিঘোৰা" বুলি কৈছিল।অবস্যে দেখাত একে ধৰনৰ চৰাই যদিও নাজানো। মোৰ হাতত ফটো আছে অৱস্যে।.... বিষয়টো চাবছোন অকনমান।

বালিঘোৰাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক