বাৰ্তা:বিহুগীত
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 2 মাহ পূৰ্বে by 103.199.202.147 in topic article about bihu songs and collection of bihu songs
Look here for a discussion. চাইপাও ১০:১০, ২০ আগষ্ট ২০১১ (UTC)
article about bihu songs and collection of bihu songs
[সম্পাদনা কৰক]This page has collections of bihu songs in addition to info material about bihu songs. As the collection of the songs are not a part of the article, I believe they should go to the wikisource instead. Same applies to the collection of borgeet and any other folk song lyrics. -uddiptalukdar
হেলনীয়া পাঠ্য== বিহুনাম নে বিহুগীত ? ==
পৰম্পৰাগত ভাৱে বিহুত গোৱা গীতসমূহক বিহুনাম বুলি কোৱা হয়। গতিকে এই প্ৰবন্ধৰ শিৰোনামটি বিহুনাম বুলি শুধৰাব পৰা যায় নেকি ? Debuapriyo (বাৰ্তা) 06:39, 8 May 2023 (ইউ.টি.চি.)
- প্ৰবন্ধটোত উল্লেখ আছে যে "বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়।" কিন্তু ইয়াৰ তথ্য উৎস দিয়া হোৱা নাই। এই বিষয়ে বিজ্ঞজনৰ মতামত আশা কৰিলোঁ।- চন্দন চিৰিং ফুকন ||✉️ 07:06, 8 May 2023 (ইউ.টি.চি.)
- সৰুতে দেখিছিলো ৰঙালী বিহুত ডেকাসকলে গাৱঁৰ সকলো ঘৰতে হুচৰিৰ পদধুলা পেলাইছিল৷ ইয়াৰ সমান্তৰালকৈ গাভৰু ছোৱালীসকলেউ আচুতীয়াকৈ থকা ঘৰৰ পৰা নাতিদুৰত থকা ডাঙৰ গছৰ তলত বিহু গোৱা৷ কিন্তু বতমান ইয়াৰ বিপৰীতহে৷ পইছা দি বিহু শিকিব লাগে৷ বিহু কৰিব জানিছো নাই তাকো চাবলৈ বিষয়াৰ সৃষ্টি হল৷ বহুত লিখিবলৈ বাকী আছে ৷ সময়ৰ অভাৱৰ বাবেহে লিখা নাই৷ 103.199.202.147 13:38, 29 March 2025 (ইউ.টি.চি.)