বাৰ্তা:বিহুৰ খাদ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইয়াত পিঠা নামৰ প্ৰৱন্ধ এটা আগৰ পৰা আছেই দেখোন(http://as.wikipedia.org/wiki/পিঠা )। গতিকে দুয়োটা থাকিলে পাঠকৰ আসুবিধা নহব জানো ?দ্বিজেন মহন্ত (talk) 09:21, 11 এপ্ৰিল 2012 (UTC)

সম্পাদনা[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ বিস্তৰ সালসলনিৰ প্ৰয়োজন আছে।

  • প্ৰবন্ধটো নিৰপেক্ষ হোৱা নাই। বহু ঠাইত "খাই ভাল লগা" জাতীয় মন্তব্য আছে।
  • তথ্য উৎসৰ অভাৱ। বিহু/লোক-সংস্কৃতিৰ কিতাপ আদিত সমল পোৱা যাব নিশ্চয়।
  • "পিঠা" অংশটো চুটি কৰিব লাগিব। সেই নামৰ এটা প্ৰবন্ধ আছেই।
  • প্ৰবন্ধটো পঢ়িবলৈ বিশ্বকোষীয় হোৱাৰ সলনি লেখকৰ নিজা চিন্তা-চৰ্চাৰ ফল যেন হৈছে।

— গীতাৰ্থ বৰদলৈ (talk) 17:13, 2 মে' 2013 (UTC)