বাৰ্তা:ব্ৰজেন বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৱিকিমিডিয়া কমন্স এটা মুক্ত চিত্ৰৰ ভাণ্ডাৰ| তাত চিত্ৰ আপল’ড কৰাৰ আগতে অলপ নিয়ম নীতিবোৰ চাই চিতি ল’লে ভাল হয়| অমুক্ত চিত্ৰ, অনুজ্ঞাপত্ৰবিহীন ফাইল তাত সোনকালেই বিলোপ কৰি দিয়া হয়| একমাত্ৰ নিজে তোলা ফটোবোৰ তাত আপলোড কৰিব| এই প্ৰবন্ধত ব্যৱ্হৃত ছবিকেইখন সোনকালে বিলোপ কৰা হ’ব| কাৰণ এইবোৰ অমুক্ত ফাইল| গতিকে স্থানীয়ভাৱে আমাৰ ৱিকিতে বিশদ বিৱৰণসহ আপল’ড কৰিব লাগে|

  1. http://commons.wikimedia.org/wiki/File:Dr_Bezbaruah.jpg
  2. http://commons.wikimedia.org/wiki/File:Brajen_Baruah.jpg
  3. http://commons.wikimedia.org/wiki/File:Opaja_Sonar_Mati.jpg

বিষ্ণু শইকীয়া 12:47, 2 নৱেম্বৰ 2012 (UTC)

ডক্তৰ বেজবৰুৱা অংশ[সম্পাদনা কৰক]

এই প্ৰৱন্ধটোৰ 'ডক্তৰ বেজবৰুৱা' ছবিখনৰ কথাখিনি অতি বিশদ হৈ আছে। সেইখিনি ডক্তৰ বেজবৰুৱা প্ৰৱন্ধটোত ৰাখি, ইয়াত মাত্ৰ ছবিখনত ব্ৰজেন বৰুৱাই প্ৰয়োগ কৰা নতুন ধাৰণা বিলাক ৰাখিলে বেছি ভাল হয়। আমাৰ অইন প্ৰৱন্ধত সমল কম থাকে বাবে ইমান ইফাল-সিফাল কৰিব নোৱাৰি। কিন্তু ইয়াত আছে যেতিয়া ভালকৈ লিখিলে ভাল হ'ব।-উদ্দীপতালুকদাৰ (talk) 12:45, 8 নৱেম্বৰ 2012 (UTC)