বাৰ্তা:ভট্টদেৱৰ গদ্যশৈলী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধ শৈলী আৰু শিৰোনাম বিভ্ৰান্তি[সম্পাদনা কৰক]

প্ৰবন্ধটোত তথ্যৰ বিপৰীতে মৌলিক গৱেষণা আৰু সাহিত্য চৰ্চাত গুৰুত্ব দিয়াৰ দৰেহে হৈছে। গতিকে প্ৰশংসা মূলক আৰু লেখকৰ নিজা মতামত সূচক বাক্যবোৰ আঁতৰাই দি ৱিকিপিডিয়াৰ প্ৰবন্ধ শৈলী অনুকৰণ কৰিবলৈ আহ্বান জনোৱা হ'ল। ইয়াৰোপৰি 'ভট্ট' নে 'ভট্ৰ' এইটোৱো মন কৰিব।--Nayan j Nath (বাৰ্তা) 16:41, 3 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]