বাৰ্তা:ভবেন্দ্ৰ নাথ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

শইকীয়া চাৰৰ ভ্রাম্যমান থিয়েটাৰৰ বিষয়ে লিখা কথাখিনি কথাছবিৰ লগত সাঙোৰ খাই আছে। সেইখিনি মোৰ মতে বেলেগ কৰি উলিয়াব লাগে। মই অলপ বানান সলনি কৰিছো আৰু কথাখিনি বদলাই লিখিছো।