সমললৈ যাওক

বাৰ্তা:ভাৰতীয় ফেঁটী সাপ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আগতে নামটো "চকৰিফেঁটী সাপ" হৈ আছিল। কিন্তু Naja Naja অসমত পোৱা নাযায়, অসমত পোৱা চকৰীফেঁটী Naja kaouthia হে। আন অসমীয়া নাম পোৱা নাই বাবে "ভাৰতীয় ফেঁটী সাপ" বুলিয়েই লিখি থৈছোঁ। বিজ্ঞজনে সলাই দিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 15:05, 29 মাৰ্চ 2014 (UTC)

ভাৰতীয় ফেঁটী সাপৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক