বাৰ্তা:ভাৰতৰ হ্ৰদসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সম্পাদনা দ্বন্দ জাননীখন নেদেখি আপুনি কাম কৰি থকাৰ মাজতে প্ৰৱন্ধটোত প্ৰৱেশ কৰিলোঁ। বেয়া নাপাব। দুঃখিত। Debanjan ray (talk) 17:53, 19 জুন 2013 (UTC)

একো নাই দিয়ক, প্ৰবন্ধটো (তালিকাখন) প্ৰায় হৈ গ’ল আৰু, বানাববোৰ চাই দিব পাৰে এবাৰ দীপাংকৰ চেতিয়া? 18:22, 19 জুন 2013 (UTC)

ঠিক আছে। চকুত কিবা পৰিলে ঠিক কৰিম বাৰু। Debanjan ray (talk) 16:09, 20 জুন 2013 (UTC)