সদস্য বাৰ্তা:Debanjan ray

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

‍‍‍গীতাৰ্থ বৰদলৈ (talk) 17:48, 7 মাৰ্চ 2012 (UTC)

Infobox[সম্পাদনা কৰক]

YesY কৰা হ’ল বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:30, 31 মাৰ্চ 2012 (UTC)


ধন্যবাদ থাকিল দেই। Debanjan ray (talk) 14:31, 31 মাৰ্চ 2012 (UTC)

ইমান সৰু সৰু কথত ধন্যবাদ দিব নাপাই দেই| বাৰু প্ৰবন্ধবোৰ বিস্তাৰ কৰিব দেই| একেলগে ঢেৰ প্ৰবন্ধ হাতত লৈছে দেখোন| বলে পাৰিবনে? বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:33, 31 মাৰ্চ 2012 (UTC)

হেঃ হেঃ। চেষ্টা অব্যাহত থাকিব। Debanjan ray (talk) 14:35, 31 মাৰ্চ 2012 (UTC)

ৰাখক, অন্য কিবা সহায়ৰ প্ৰয়োজন হ’লে কব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:39, 31 মাৰ্চ 2012 (UTC)

অমিতাভ বচ্ছন প্ৰবন্ধৰ কথাখিনি অনুবাদ কৰাৰ বাবে ভাল লাগিল| লগে ৰহো|বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:49, 3 এপ্ৰিল 2012 (UTC)

হাঃ হাঃ হাঃ...নিশ্চয়। ল'গে ৰ'হ' বিষ্ণু ভাই। হাম চাথ চাথ হ্যেঁ। Debanjan ray (talk) 12:43, 3 এপ্ৰিল 2012 (UTC)
সাথ হ্যে টো ক্যা বাত হ্যে, সফৰ কা তো আনন্দ হী কুছ ঔৰ হ্যে| বঢ়িয়া:) বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:55, 3 এপ্ৰিল 2012 (UTC)

The Teamwork Barnstar[সম্পাদনা কৰক]

Team Barnstar.png The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC)

বিষ্ণু শ‍ইকীয়া; এয়া আমাৰ প্ৰাপ্য নহয় যদিও অশেষ ধন্যবাদ থাকিল। Debanjan ray (talk) 06:59, 19 এপ্ৰিল 2012 (UTC)


ৰাহুল গান্ধী[সম্পাদনা কৰক]

ৰাহুল গান্ধী প্ৰবন্ধটো তথ্যপেৰাটো ভৰায়েই এলাগী কৰিলে দেখোন| ম‌ই সেইটোক আপোনাৰ সদস্যপৃষ্ঠা অৰ্থাত সদস্য:Debanjan ray/ৰাহুল গান্ধী লৈ স্থানান্তৰ কৰাৰ বাবে প্ৰস্তাৱ দিলো| পবন্ধটো অলপ লিখা আগবঢ়ালৈই পুণৰ প্ৰবন্ধ শ্ৰেণীলৈ লৈ যাব পাৰিব| লগতে এয়াৰচে'ল, টাটা ড'ক'ম', ভোডাফ'ন ভাৰত অলপ আৰু লিখিলে ভাল হ’লহেতেন| এইটো এটা অনুৰোধ মাত্ৰ| এনেকৈ লিখা বাবে বেয়া নাপাব, আপুনি সময় পোৱা নাই চাগে| কিন্তু তেনেদৰে পেলাই থলেও বেয়া দেখাই যে, নকলেও নহয়, সেয়ে লিখিলো আৰু|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:25, 26 এপ্ৰিল 2012 (UTC)


বেয়া অলপো নাই পোৱা শইকীয়া ডাঙৰীয়া। আপুনি আপোনাৰ ব্যক্তিগত লাভালাভৰ বাবে কোৱা নাই নহয়। হয়, অলপ সময়ৰ অভাৱ হৈছে। আহি আছো ফুল ফৰ্মত সোনকালেই। Debanjan ray (talk 08:46, 1 মে' 2012 (UTC)

ধন্যবাদ| আহিব| অপেক্ষাৰে বাট চালো| বিষ্ণু  বাৰ্তা  08:59, 1 মে' 2012 (UTC)

অভয়াৰণ্য[সম্পাদনা কৰক]

আপোনাৰ বাৰ্তা পলো।ধন্যবাদ কথাটো মোৰ চকুত পৰাই নাছিল।আছলতে পৃষ্ঠাখন নামাকৰণ মই কৰা নাছিলো।মই মাত্ৰ সৃষ্টিহে কৰিছিলো খালি পাই।এইখন মুল http://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0_%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%9F%E0%A6%A8%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%B2%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9 ত এনেকৈয়ে আছিল।ভালেই হ'ল এতিয়া গোতেইখিনি শুধৰাব পৰা যাব।দ্বিজেন মহন্ত (talk) 13:18, 3 জুলাই 2012 (UTC)

TIFR[সম্পাদনা কৰক]

গণিত চ’ৰাত TIFR টো TIFR ৰ প্ৰৱেশ পৰীক্ষা কৰি দিয়া বাবে ধন্যবাদ, লক্ষ্য কৰাই নাছিলো, TOIৰ পৰা কপি পেষ্ট কৰিছিলো শাৰীটো । দীপাংকৰ চেতিয়া? 11:59, 19 জুন 2013 (UTC)


স্বাগতম! Debanjan ray (talk) 16:05, 19 জুন 2013 (UTC)