সমললৈ যাওক

টাটা ড'ক'ম'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাটা ড'ক'ম' লিমিটেড
ধৰণ যুগ্ম উদ্যম
উদ্যোগ দূৰসংযোগ
স্থাপিত নৱেম্বৰ, ২০০৮
মুখ্য কাৰ্যালয় নতুন দিল্লী, ভাৰত
দেশ/অঞ্চল ভাৰত
পৰিসেৱা ম'বাইল নেটৱৰ্ক
মূল প্ৰতিষ্ঠান জি এছ এম, ফ'টন, ইণ্টাৰনেট, টাটা ড'ক'ম' ৱাকি
ৱেবছাইট www.tatadocomo.com

জনপ্ৰিয় ভাৱে ড'ক'ম' নামেৰে জনাজাত টাটা ড'ক'ম' (জাপানৰ NTT Docomo-ৰ পৰা পৃথক) এক ভাৰতীয় ম'বাইল পৰিসেৱা আগবঢ়োৱা প্ৰতিষ্ঠান। জাপানৰ বৃহৎ দূৰসংযোগ কোম্পানী NTT Docomo আৰু ভাৰতীয় দূৰসংযোগ কোম্পানী টাটা টেলিচাৰ্ভিছৰ মাজৰ পদ্ধতিগত যুগ্ম উদ্যম ৰূপে ২০০৮ চনৰ নৱেম্বৰ মাহত টাটা ড'ক'ম' গঢ় লৈ উঠিছিল। টাটা ড'ক'ম'ই জি এছ এম আৰু চি ডি এম এ, এই দুই প্ৰযুক্তিৰ সহায়েৰে ম'বাইল দূৰসংযোগ সেৱা আগবঢ়ায়। গ্ৰাহক ভুক্তিৰ পৰিসংখ্যাৰ ফালৰ পৰা টাটা ড'ক'ম' দেশৰ ষষ্ঠ বৃহত্তম পৰিসেৱা প্ৰতিষ্ঠান।

নেটৱৰ্ক পৰিসীমা

[সম্পাদনা কৰক]

বৰ্তমান টাটা ড'ক'ম'ৰ ম'বাইল সেৱা ভাৰতৰ নিম্নোক্ত টেলিকম চাৰ্কলসমূহত উপলব্ধ। [1]

ৰাজ্য চি ডি এম এ ২ জি ৩ জি
মধ্য প্ৰদেশGreen tickGreen tickGreen tick
মহাৰাষ্ট্ৰ আৰু গোৱাGreen tickGreen tickGreen tick
মুম্বাইGreen tickGreen tickGreen tick
অন্ধ্ৰ প্ৰদেশGreen tickGreen tickGreen tick
বিহাৰ আৰু ঝাৰখণ্ডGreen tickGreen tick
গুজৰাটGreen tickGreen tickGreen tick
হাৰিয়ানাGreen tickGreen tickGreen tick
হিমাচল প্ৰদেশGreen tickGreen tick
কৰ্ণাটকGreen tickGreen tickGreen tick
কেৰালাGreen tickGreen tickGreen tick
কলকাতাGreen tickGreen tick
ওড়িশাGreen tickGreen tick
পঞ্জাবGreen tickGreen tickGreen tick
ৰাজস্থানGreen tickGreen tickGreen tick
তামিলনাডুGreen tickGreen tick
চেন্নাইGreen tickGreen tick
উত্তৰ প্ৰদেশ (পূৱ)Green tickGreen tick
উত্তৰ প্ৰদেশ (পশ্চিম)Green tickGreen tickGreen tick
পশ্চিম বংগGreen tickGreen tick
অসম
উত্তৰ পূৰ্বাঞ্চল
জম্মু আৰু কাশ্মীৰ
দিল্লীGreen tick

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]