সমললৈ যাওক

ভোডাফ'ন ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভোডাফ'ন ভাৰত
ধৰণ ব্যক্তিগত
ভোডাফ'ন ইণ্টাৰনেছনেল হ'ল্ডিঙছ্ বি ভি (VIH)ৰ দ্বাৰা নিয়ন্ত্ৰিত কোম্পানী
উদ্যোগ দূৰসংযোগ
পূৰ্বসূৰী হাটচিছন এচাৰ
স্থাপিত ১৯৯৪
মুখ্য কাৰ্যালয় মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পণ্য ম'বাইল টেলিফ'ন সংযোগ
ৱায়াৰলেছ ব্ৰডবেণ্ড সেৱা
মূল প্ৰতিষ্ঠান ভোডাফ'ন গ্ৰুপ
ৱেবছাইট www.vodafone.in
www.vodafone.com

পূৰ্বতে ভোডাফ'ন এছাৰ আৰু হাটচিছন এছাৰ নামেৰে প্ৰখ্যাত বৰ্তমানৰ ভোডাফ'ন ভাৰত দেশৰ তৃতীয় বৃহত্তম ম'বাইল সেৱা যোগানকাৰী প্ৰতিষ্ঠান। গ্ৰাহকৰ পৰিসংখ্যাৰ তথ্যৰ পৰা এয়াৰটে'ল আৰু ৰিলায়েন্স কমিউনিকেছনছৰ পিছতেই ভোডাফ'ন ভাৰতৰ স্থান। মহাৰাষ্ট্ৰমুম্বাইত মুখ্য কাৰ্যালয় থকা প্ৰতিষ্ঠানটোৱে প্ৰায় সমগ্ৰ দেশতেই ম'বাইল দূৰসংযোগ সেৱা আগবঢ়ায়।[1] নৱেম্বৰ ২০১১ ৰ তথ্য অনুসৰি দেশত বৰ্তমান ভোডাফ'নৰ গ্ৰাহকৰ সংখ্যা প্ৰায় ১৪৬.৮৪ মিলিয়ন (১৪.৬৮৪ কোটি)।

গ্ৰাহক ভুক্তিৰ পৰিসংখ্যা

[সম্পাদনা কৰক]

২০১৩ চনৰ জানুৱাৰী মাহৰ তথ্যানুসাৰে ভাৰতত ভ'ডাফনৰ গ্ৰাহকৰ পৰিসংখ্যা তলত দিয়া ধৰণৰ। [2]

২০১৩ চনৰ জানুৱাৰী মাহৰ তথ্যানুসাৰে ভাৰতত ভ'ডাফনৰ গ্ৰাহকৰ পৰিসংখ্যা
টেলিকম চাৰ্কল গ্ৰাহকৰ সংখ্যা
গুজৰাট১৫,৮০১,১১৬
উত্তৰ প্ৰদেশ(পূৱ)১৪, ৫২৬,২৩৬
মহাৰাষ্ট্ৰ১২,৯৭৭,১২৩
পশ্চিম বংগ১১,১৬৫,৬৬৭
তামিলনাডু৯,৭৭৭,৯২৭
ৰাজস্থান৮,৫৬৫,৩৬৬
উত্তৰ প্ৰদেশ(পশ্চিম)৮,৯৯৯,০৭৩
অন্ধ্ৰ প্ৰদেশ৬,০৮০,৯১৬
দিল্লী৮,৪৪৯,১২০
গোৱা৭,১৩৪,৫৭৬
কৰ্ণাটক৬,৪৫২,৬২০
কেৰালা৬,০৬৭,৫০৬
বিহাৰ৬,৩৮১,২৭৮
কলকাতা৪,০৮৪,২৮৪
পঞ্জাব৪,৩০৯,৮৫৩
হাৰিয়ানা৪,৪৩৭,০১৫
মধ্য প্ৰদেশ আৰু চত্তীশগড়৪,১০১,৮৭৭
চেন্নাই২,০৯১,৪১১
ওড়িশা২,৭৮৯,৫৭৫
অসম২,১৮৮,০৭৩
উত্তৰ পূৱ৯২৮,৫৬৩
জম্মু আৰু কাশ্মীৰ৬৬৬,০০৯
হিমাচল প্ৰদেশ৪৭৫,৩২৯
মুম্বাই৬,১৬০,৩৫৩

ভ'ডাফন ভাৰতৰ মুঠ গ্ৰাহকৰ সংখ্যা : ১৪১,৫১৯,৮৪০, অৰ্থাৎ ই সমগ্ৰ দেশৰ মুঠ ম'বাইল গ্ৰাহক সংখ্যা ৬৫৭,১৫৮,০১৩২২.৪৪%

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]