সমললৈ যাওক

বাৰ্তালাপ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:Thesaurabhsahaৰ পৰা পুনঃনিৰ্দেশিত)
Skip to top
Skip to bottom

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান

[সম্পাদনা কৰক]

প্ৰিয় Aryan,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

প্ৰতিভাবান ন-সম্পাদকৰ পদক

[সম্পাদনা কৰক]
প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত সম্পাদকৰূপে শেহতীয়াকৈ আপুনি আগবঢ়োৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আপুনি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। ধন্যবাদেৰে -Chandan Chiring Phukon Chat 07:00, 25 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ চন্দন দাদা
Thesaurabhsaha (বাৰ্তা) 12:48, 4 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিসভা

[সম্পাদনা কৰক]

আজি সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মাৰ্চ মাহৰ অনলাইন ৱিকিসভালৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ।

গুগল মীটৰ লিংক: https://meet.google.com/yjb-azdx-she -Chandan Chiring Phukon Chat 13:25, 26 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এপ্ৰিল মাহৰ ৱিকিমিডিয়ান

[সম্পাদনা কৰক]
এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


-𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 17:14, 2 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অশেষ ধন্যবাদ।
Thesaurabhsaha (বাৰ্তা) 02:37, 3 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শততম প্ৰবন্ধ পদক

[সম্পাদনা কৰক]
ৱিকি শতক পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
সু-হৃদ, এক শতাধিক প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। এই গতি সদায়েই অব্যাহত থাকক...!--Nayan j Nath (বাৰ্তা) 09:15, 25 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অসংখ্য ধন্যবাদ, নয়ন দা।
Thesaurabhsaha (বাৰ্তা) 11:11, 25 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বান্ধোন চলচ্চিত্ৰখনৰ শেহতীয়া সম্পাদনা

[সম্পাদনা কৰক]

বান্ধোন চলচ্চিত্ৰখনৰ অভিনেতা সকলৰ ভিতৰত অংশুমাশ ভূঞা অন্যতম আছিল, যিজন মই নহয়, মোৰ নাম অংশুমান দত্ত। অংশুমান ভূঞা হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মিমিক্ৰি কৰা এজন বিখ্যাত অভিনেতা। Anshuman9933 (বাৰ্তা) 10:13, 26 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নামক লৈ হোৱা খেলি-মেলিৰ কাৰণে ক্ষমাপ্ৰাৰ্থী। তদুপৰি, উৎসত স্পষ্টকৈ উল্লেখ থাকিলে বান্ধোন পৃষ্ঠাটোত (অভিনয় শিল্পীসকলৰ) নামসমূহ যোগ কৰিব পাৰিব। Thesaurabhsaha (বাৰ্তা) 13:20, 26 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শ্ৰেণী পুনঃ নামাকৰণ

[সম্পাদনা কৰক]

মিচিং খাদ্যভাস (Mising cuisine) শ্ৰেণীটোক আপুনি ভুল বানান বুলি মিচিং খাদ্য (mising food)লৈ পৰিৱৰ্তন কৰিছে। ইয়াত ভুল কি আছিল অনুগ্ৰহ কৰি জনাব। -Nayan j Nath (বাৰ্তা) 13:09, 26 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শ্ৰেণীটো মিচিং খাদ্যভাস (Mising cuisine) ৰ পৰা মিচিং খাদ্য (mising food) লৈ সলনি কৰাৰ প্ৰধান কাৰণটো হ'ল "খাদ্যভাস নতুবা ৰন্ধনপ্ৰণালী" হৈছে এক নিৰ্দিষ্ট অঞ্চল বা সংস্কৃতিৰ এক বহল ৰন্ধন পৰম্পৰা বা শৈলী, আনহাতে "খাদ্য" হৈছে এক সুনিৰ্দিষ্ট ব্যঞ্জন বা উপাদান। তদুপৰি মুখ্য শ্ৰেণীটোত অসমৰ খাদ্য (Assam Food) বুলিহে দিয়া হৈছে। {{u|সৌৰভ}} বাৰ্তা 19:36, 26 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]