সদস্য বাৰ্তা:Thesaurabhsaha

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Thesaurabhsaha,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

প্ৰতিভাবান ন-সম্পাদকৰ পদক[সম্পাদনা কৰক]

New editor delivery.png প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত সম্পাদকৰূপে শেহতীয়াকৈ আপুনি আগবঢ়োৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আপুনি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। ধন্যবাদেৰে -Chandan Chiring Phukon Chat 07:00, 25 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
ধন্যবাদ চন্দন দাদা
Thesaurabhsaha (বাৰ্তা) 12:48, 4 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ৱিকিসভা[সম্পাদনা কৰক]

আজি সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মাৰ্চ মাহৰ অনলাইন ৱিকিসভালৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ।

গুগল মীটৰ লিংক: https://meet.google.com/yjb-azdx-she -Chandan Chiring Phukon Chat 13:25, 26 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

এপ্ৰিল মাহৰ ৱিকিমিডিয়ান[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

-𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 17:14, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অশেষ ধন্যবাদ।
Thesaurabhsaha (বাৰ্তা) 02:37, 3 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

একেলগে বহু কেইটা প্ৰবন্ধ[সম্পাদনা কৰক]

আপোনাক শেহতীয়াকৈ একে সময়তে বহু কেইটা প্ৰবন্ধ সৃষ্টি কৰা দেখা গৈছে। তাতকৈ এটা প্ৰবন্ধ সম্পূৰ্ণকৈ শেষ কৰি আন এটা প্ৰবন্ধত হাত দিলে বেছি ভাল হ'লহেঁতেন বোধহয়। ভাবি চাবচোন কথাষাৰ। অ' আৰু এটা কথা, প্ৰবন্ধটোৰ আৰম্ভণিতে তাৰ ইংৰাজী শিৰোনামটোও উল্লেখ কৰিব। তেতিয়া ইংৰাজী ৱিকিৰ মূল প্ৰবন্ধটো বিচাৰি উলিয়াবলৈ বা ৱিকিডাটাৰ সৈতে পৃষ্ঠাটো সংযোগ কৰিবলৈ সুবিধা হয়। ইংৰাজী শিৰোনাম দিবলৈ আপুনি এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে- ({{lang-en|ইংৰাজী শিৰোনাম}})বাবুল বৈশ্য (বাৰ্তা) 17:26, 21 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

আপোনাক ইতিমধ্য়ে অনুৰোধ কৰা স্বত্বেও আপুনি একেলগে বহুকেইটা পোখালি প্ৰৱন্ধ সৃষ্টি কৰা বা অধৰুৱাকৈ এৰা পৰিলক্ষিত হৈছে। এনে কিছু পোখালি প্ৰৱন্ধ হ'ল-

অসমীয়া ৱিকিপিডিয়াৰ সীমিত সক্ৰিয় সদস্যৰ বাবে এনে পোখালিৰ পৰিচৰ্যা কৰাটো পিছলৈ দুৰুহ হৈ পৰে। অনুগ্ৰহ কৰি নামমাত্ৰ তথ্যৰে একেলগে বহুকেইটা পোখালি সৃষ্টি কৰাৰ সলনি ওপৰৰ প্ৰতিটো প্ৰৱন্ধত অধিক তথ্য যোগ দিয়ে যেন। Joli Rumi (বাৰ্তা) 13:23, 26 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বাৰু, বাবুল দাই আগতে অনুৰোধ কৰিছিল। যদিওবা, ইয়াৰে বহুকেইটা প্ৰবন্ধৰ বিষয়ে যিমান তথ্য আছিলে গোটেইখিনি উল্লেখ কৰিছোঁ। যেনে: গ্ৰী.মা.স.+০৬:৩০, সত্যপ্ৰেম কি কথা (চলচ্চিত্ৰ), যখিনী (চুটি ছবি) ইত্যাদি। বাকী যিখিনি লিখিবলৈ বাকী আছে সেইখিনি মই এইসপ্তাহতে লিখি পোখালি টেগটো আতৰাই দিম।
Thesaurabhsaha (বাৰ্তা) 13:30, 26 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]