বাৰ্তা:ভাৰীগান
অৱয়ব
ব্যৱহৃত বাদ্যযন্ত্ৰ সম্পৰ্কত
[সম্পাদনা কৰক]ভাৰীগানত ঢোল প্ৰয়োজন নাই৷ খোল আৰু তাল/ঝালিৰ অতিকৈ প্ৰয়োজন৷ নিপুৰ অৱশ্যে নাচনত প্ৰয়োজন৷ সেয়ে ঢোল শব্দটো ভাৰীগানত ব্যৱহৃত বাদ্যযন্ত্ৰ নধৰাই শ্ৰেয়৷ 2409:4065:499:C1B8:0:0:2994:40A0 14:58, 1 June 2022 (ইউ.টি.চি.)Dilip kr. Rabha.