সমললৈ যাওক

বাৰ্তা:ভেঁটি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

“ভূমি” পৃষ্ঠাটো “মাটি” পৃষ্ঠাটোলৈ পুনঃনিৰ্দেশিত হৈ আছে। “ভূমি”ক “ভেঁটি” লৈয়ো পুনঃনিৰ্দেশিত কৰি পাৰি। দ্বাৰ্থতা দূৰীকৰণ নে কি বুলি কিবা এটা আছিল যে, সেইটো আপোনালোকে কৰি দিবচোন, মই নাজানো। পংকজ জ্যোতি মহন্ত (talk) 21:55, 28 ডিচেম্বৰ 2012 (UTC)

সদ্যহতে "ভূমি (গণিত)"ক এই প্ৰবন্ধটোলৈ পুনৰ্নিৰ্দেশ কৰি থৈছোঁ। — গীতাৰ্থ বৰদলৈ (talk) 06:16, 29 ডিচেম্বৰ 2012 (UTC)

ভেঁটিৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক