বাৰ্তা:মাটিয়াবগ হাৱাখানা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


শুদ্ধ শিৰোনাম[সম্পাদনা কৰক]

এই প্ৰবন্ধটোৰ শুদ্ধ শিৰোনাম হব লাগে 'মাটিয়াবগ হাৱাখানা'। ইয়াৰ সমৰ্থনত কেইটামান বিশ্বাসযোগ্য ৱেবটাইটৰ উল্লেখ কৰা হৈছে।

  1. http://ignca.nic.in/asp/all.asp?projectid=asdbr0050001
  2. http://dhubri.gov.in/PlaceOfInterest.html
  3. http://www.telegraphindia.com/1050831/asp/nation/story_5178379.asp
  4. http://timesofindia.indiatimes.com/city/guwahati/400-year-old-Durga-puja-stands-still-in-time/articleshow/16872238.cms
  5. http://ignca.nic.in/asp/showbig.asp?projid=asdbr0240001
  6. http://figshare.com/articles/Contribution_of_Gauripur_zamindar_Raja_Prabhat_Chandra_Barua_A_historical_analysis/1271527
দ্বিতীয় ৱেবছাইটটোত 'Matiabag Palace' বুলিহে আছে দেখোন। পাহাৰটোৰ নাম মাটিয়াবগ নে বাগ? — গীতাৰ্থ বৰদলৈ (talk) 18:15, 4 জানুৱাৰী 2015 (UTC)
মাটিয়াবগ হয়। bagৰ aটোৱে অ বুজাইছে। ‍‍‍‍‍‍(মাটিয়াবগ সম্ভৱতঃ বগলীৰ এটা প্ৰজাতিৰ নাম।) হাৱাখানা, ৰাজবাড়ী, ৰাজ হাউলি- এই আটাইবোৰকে ইংৰাজীত Palace বোলা হয়। মাটিয়াবগৰ পেলেছটো ৰাজা প্ৰভাতচন্দ্ৰ বৰুৱাই অৱসৰ বিনোদনৰ কাৰণে নিৰ্মাণ কৰিছিল, যাক হাৱাখানা বোলা হৈছিল। হাৱা মানে বতাহ। হাৱা খোৱা ঘৰ, মানে হাৱাখানা। পিছলৈ ইয়াত প্ৰমথেশ বৰুৱাই স্থায়ীভাবে থাকিবলৈ লৈছিল। পাৰ্বতী বৰুৱায়ো ইয়াত বাস কৰিছিল। গৌৰীপুৰৰ পেলেছটোক ৰাজহাউলী বোলা হৈছিল। ৰাজহাউলী থকা চৌহদটোৱে ৰাজবাড়ী। ওপৰৰ আটাইকেইটা লিংক, বিশেষকৈ শেষৰ লিংকটোৰ ৫৮ পৃষ্ঠাটো চালে কথাবোৰ পৰিস্কাৰ হব। প্ৰবন্ধটোত কিন্তু যথেষ্ঠখিনি সংশোধন কৰিবলগীয়া আছে
বাবুল বৈশ্য 18:21, 4 জানুৱাৰী 2015 (UTC)