সমললৈ যাওক

বাৰ্তা:মাদাৰ টেৰেছা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

দাইটি, আজি সোনকালে শুলে নেকি..? মাদাৰ টেৰেছা আৰু গোপীনাথ বৰদলৈৰ পৃষ্ঠা কেইটাত নতুন সংযোজন ঘটালো পাৰিলে এপাক চালে ভাল পাম, কিবা ঘহা-পিহা কৰিব লগা থাকিল নেকি..?? মবাইলত মেচেজ এটা দিছিলো, একো প্ৰত্যুত্তৰ নহাতহে ইয়াতে লিখিলো দেই। #Boranitul (talk) 20:48, 20 নৱেম্বৰ 2012 (UTC)

মাদাৰ টেৰেছাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক