সমললৈ যাওক

বাৰ্তা:মাধৱদেৱ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা


সম্পাদনাৰ অনুচ্ছেদ

[সম্পাদনা কৰক]

গোটত লোৱা প্ৰস্তাৱমৰ্মে মই এই পৃষ্ঠাৰ “পূৰ্বপুৰুষ আৰু জন্ম’’ অনুচ্ছেদ সম্পাদনা কৰি আছোঁ। Pranamikaadhikary (বাৰ্তা) 06:17, 12 June 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

বহু কিতাপত উল্লেখ থাকিলেও মাধৱদেৱৰ ককায়েক দামোদৰ আৰু গুৰু দামোদৰ দেৱ একে ব্যক্তি নহয়। গুৰু দামোদৰ দেৱ ব্ৰাহ্মণ কুলৰ আছিল। Pranamikaadhikary (বাৰ্তা) 18:44, 16 June 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক