বাৰ্তা:মৃগীৰোগ
অৱয়ব
শইকীয়া ডাঙৰীয়া, ৱিকিপিডিয়াৰ প্ৰবন্ধত ব্যক্তিগত কথা থাকিব নালাগে, যেনে- "কৈ লওঁ", "উল্লেখ কৰিম" আদি। উপদেশ থাকিব নালাগে যেনে- এনেকুৱা কৰক, তেনেকুৱা নকৰিব। লগতে তথ্যসূত্ৰ থকাটো অতি গুৰুত্বপূৰ্ণ। — গীতাৰ্থ বৰদলৈ (talk) 18:50, 27 মে' 2012 (UTC)
মৃগীৰোগৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন মৃগীৰোগক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।