বাৰ্তা:মৃদুলা বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া চলচ্চিত্ৰত দ্বৈত চৰিত্ৰত অভিনয় কৰা প্ৰথম শিল্পী মৃদুলা বৰুৱা নহয়, ব্ৰজেন বৰুৱাহে। ব্ৰজেন বৰুৱাই ডক্টৰ বেজবৰুৱাত দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। বাবুল বৈশ্য (talk) 18:22, 10 September 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]