বাৰ্তা:যতীন্দ্ৰ কুমাৰ বৰগোহাঞি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Jatindra Kumar Borgohain graduated from ADP College, not Cotton College.

তথ্যউৎস? অনলাইন সূত্ৰবোৰত (যেনে http://www.amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=12%2f19%2f2013) কটন কলেজ বুলিয়েই পাইছোঁ। — গীতাৰ্থ বৰদলৈ (talk) 04:52, 22 ডিচেম্বৰ 2013 (UTC)
গীতাৰ্থ, তেখেতে কোৱা কথাটো হয়। যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰাহে স্নাতক ডিগ্ৰী লাভ কৰিছিল। দৈনিক কাকতত থকা তথ্যৰ বিভ্ৰান্তিৰ বাবে এয়া হ'ল। মই তেখেতৰ পুত্ৰ ড° মাধুৰ্য মধুৰ বৰগোহাঞিৰ সৈতে কথা পাতিছিলো, তেওঁ এখন সংক্ষিপ্ত জীৱন পঞ্জী পঠাইছে। প্ৰৱন্ধটোত আৰু কেইটামান তথ্যৰ আসোঁৱাহ আছে। সেয়া ঠিক ঠাক কৰিব লাগিব। প্ৰণৱ জ্যোতি ভূঞা (talk) 06:13, 2 জানুৱাৰী 2014 (UTC)
কৰি দিয়া তেন্তে। — গীতাৰ্থ বৰদলৈ (talk) 06:18, 2 জানুৱাৰী 2014 (UTC)
কৰা হ'ল। ---- প্ৰণৱ জ্যোতি ভূঞা (talk) 08:37, 3 জানুৱাৰী 2014 (UTC)