বাৰ্তা:লেৰিংজাইটিছ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

প্ৰবন্ধৰ নামটো "লেৰিংজাইটিছ" ৰাখি চিকিৎসা অনুচ্ছেদটোতে হোমিঅ'পেথিক চিকিৎসাৰ কথা লিখিব পাৰি। কোনো ৰোগৰ এলোপেথিক চিকিৎসা, আয়ুৰ্বেদিক চিকিৎসা এনেকৈ বেলেগ বেলেগ প্ৰবন্ধ হ'ব নালাগে। — গীতাৰ্থ বৰদলৈ (talk) 15:23, 21 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]