বাৰ্তা:শচীন তেণ্ডুলকাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অলপ ৰৈ দিওঁ আহক[সম্পাদনা কৰক]

ইং প্ৰবন্ধটোও সঘনে সাল সলনি কৰি থকা যেন লাগিছে। আমি অলপ অপেক্ষা কৰোঁ নেকি?

প্রভাকৰ শৰ্মা নেওগ (talk) 09:31, 17 নৱেম্বৰ 2013 (UTC)

লিপ্যন্তৰ[সম্পাদনা কৰক]

টেণ্ডুলকাৰ নে তেণ্ডুলকাৰ? 'ণ্ড' (ণ+ড) ব্যৱহাৰ কৰা হৈছে যেতিয়া 'ট' হে হ'ব যেন লাগে। - Manjil Konwar (talk) 09:26, 8 ফেব্ৰুৱাৰী 2015 (UTC)

আপত্তি নাই। প্রভাকৰ শৰ্মা নেওগ (talk) 12:19, 8 ফেব্ৰুৱাৰী 2015 (UTC)