বাৰ্তা:শদিয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুকুৰা মৰা গাওঁ

অসমৰ পুৱ প্ৰান্তৰ শদিয়াত কুকুৰামৰা গাওঁখন অৱস্হিত । এই গাওঁখনত বিশেষকৈ আহোম সম্পদায়ৰ লোক সকলে বাস কৰি আহিছে।

গুৰুত্বপূৰ্ণ পৰিবৰ্তন[সম্পাদনা কৰক]

@Ananya Taye:, আপুনি এই প্ৰবন্ধটোত বিস্তৰ পৰিবৰ্তন কৰা দেখা গৈছে। অথচ ইয়াৰ সমৰ্থনত কোনো তথ্যসূত্ৰ দিয়া নাই। অৱশ্যে এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ অভাৱ পূৰ্বৰে পৰা আছে। যদি আপোনাৰ হাতত শদিয়া সম্পৰ্কীয় তথ্যসূত্ৰ আছে, তেন্তে ইয়াত সংযোগ কৰক। বাবুল বৈশ্য (বাৰ্তা) 16:43, 24 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]