বাৰ্তা:শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
  1. একত্ৰীকৰণ কৰা উচিত। উদ্দীপতালুকদাৰ (talk) 18:36, 9 মাৰ্চ 2012 (UTC)
  2. বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:38, 9 মাৰ্চ 2012 (UTC)
  3. ‍‍গীতাৰ্থ বৰদলৈ (talk) 19:27, 9 মাৰ্চ 2012 (UTC) (চুঙাপিঠা, ঘিলাপিঠাতো কৰিব লাগে। মোৰ সেইবোৰত লিখি থাকিবলৈ এলাহ !)


মন্তব্য[সম্পাদনা কৰক]

শিৰোনাম[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ নামত "সমুহ" শব্দটো "সমূহ" হ'ব আৰু সেইটো দেৱালয়ৰ লগত লাগি থাকিব। কিন্তু শিৰোনামত দৌল দেৱালয়ৰ সলনি কেৱল দেৱালয় দিব পৰা নাযায় জানো? অৰ্থৰ পাৰ্থক্য আছে জানো? — গীতাৰ্থ বৰদলৈ (talk) 17:16, 21 অক্টোবৰ 2012 (UTC)

দৌল দেৱালয়ৰ মাজত পাৰ্থক্য আছেনে নাই নাজানো| নামটো শুধৰাব পৰা যাব| যি ভাল দেখা কৰা| অ’ আৰু মোৰ আলোচনা পৃষ্ঠাটো চাব থাকি গৈছিল| একত্ৰীকৰণ প্ৰস্তাৱটো আতৰাই দিলো সেয়ে| ভাৱিলো প্ৰবন্ধ এটা কমিহে যাব| এইটো এটা স্বয়ংসম্পূৰ্ণ প্ৰবন্ধস্বৰূপে গঢ় দিব পৰ যাব হয়টো| একত্ৰীকৰণ সম্পৰ্কে আকৌ এবাৰ মতামত জনাবাচোন| বিষ্ণু শইকীয়া 18:14, 21 অক্টোবৰ 2012 (UTC)