বাৰ্তা:শূন্য
অৱয়ব
শূণ্য শব্দটোত 'ণ' নে 'ন'? মোৰ বোধেৰে শূন্য হ'ব লাগে৷
Anjal Borah 08:46, 6 জানুৱাৰী 2012 (UTC)
- মই সন্ধান কৰাত শূণ্য আৰু শূন্য দুয়োটাই দেখা পোৱা গ’ল| শব্দ অভিধানত শূন্য আৰু শূণ্যতা লগতে শূন্যতা বুলি আছে| চন্দ্ৰকান্ত অভিধানত শূন্য শব্দটোৱেই পাইছো| হেমকোষ চোৱা নহ’ল| শূন্যটোৱেই সঠিক হ’ব যেন পাইছো| (Bishnu Saikia) বিষ্ণু শইকীয়া 13:43, 6 জানুৱাৰী 2012 (UTC)
শূন্যৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন শূন্যক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।