সমললৈ যাওক

বাৰ্তা:শ্বাহৰুখ খান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 6 বছৰৰ পূৰ্বে by Joli

শ্বাহ ৰুখ খান নে শ্বাহৰুখ খান বাৰু?--জলি বৰা (talk) 18:18, 1 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

জলি বা ময়ো শ্বাহৰুখ খান বুলি ভাবিছিলোঁ । কিন্তু ইংৰাজী ৱিকিপেডিয়াত শ্বাহ ৰুখ খান আছে । আৰু ৱিকিপেডিয়াৰ প্ৰৱন্ধটোত লিখা আছে যে জন্মতে নামটো "শ্বাহৰুখ" আছিল যদিও তেওঁ নিজে নামটো "শ্বাহ ৰুখ খান" বুলি লিখিবলৈ পছন্দ কৰে ।

+ঠিক আছে, শ্বাহৰুখ খানেই কৰি দিওঁ । অসমীয়াত ইমানদিনে এইটোকে ব্যৱহাৰ কৰি অহা হৈছে । আৰু হিন্দী, বাংলা ৱিকিপেডিয়াতো মাজত স্পেচ্ ৰখা নাই । মই এইমাত্ৰ চালোঁ ।

ঠিকেই, তেওঁৰ অফিচিয়েল টুইটাৰ একাউন্টত আচলতে শ্বাহ ৰুখ খান বুলিহে লিখিছে৷--জলি বৰা (talk) 06:00, 2 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক