সমললৈ যাওক

বাৰ্তা:শ্বিলং লাজং ফুটবল ক্লাব

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই এই প্ৰবন্ধটি তৈয়াৰ কৰোঁতে শ্বিলং লাজঙ ফুটবল ক্লাবৰ ইংৰাজী পৃষ্ঠাখনৰ সহায় লৈছো, কিন্তু তাত থকা তালিকা আদি বনাব নোৱাৰিলো। কিবাকিবি ভুল হৈ থাকে। কোনোবাই ইংৰাজী প্ৰবন্ধটোৰ দৰে ইয়াতো তালিকা কেইখন অন্তৰ্ভুক্ত কৰি দিয়কছোন।Ombre shadow (talk) 05:12, 1 ছেপ্টেম্বৰ 2012 (UTC)

কৰিলোঁ। ৱিকিপিডীয়ালৈ আপোনাৰ অৱদানৰ বাবে ধন্যবাদ থাকিল। আশাকৰোঁ আগলৈকো এনেদৰে লিখি থাকে যেন। প্রভাকৰ শৰ্মা নেওগ (talk) 05:58, 1 ছেপ্টেম্বৰ 2012 (UTC)

শ্বিলং লাজং ফুটবল ক্লাবৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক