বাৰ্তা:শ্বীনা বৰা হত্যাকাণ্ড

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

আন ৱিকিৰ লগত সামঞ্জস্য ৰক্ষাৰ বাবে নামটো "হত্যা ৰহস্য"ৰ পৰা "হত্যাকাণ্ড" কৰা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 14:49, 16 September 2015 (UTC)

মই বুজি নাপালো মুকাৰ্জী বিলাক কিয় মুখাৰ্জী কৰা হ'ল ! পিটাৰ বেংগলী বামুন নেকি ? ইংৰাজীত Mukerjea বোলাৰ বাবে মুকাৰ্জী লিখা হৈছিল । মুকাৰ্জীয়া ও হ'ব পাৰে। কিন্তু Mukherjee বুলিটো মই ক'তো দেখা নাই !
হত্যা ৰহস্য টোক হত্যাকাণ্ড কৰিনো দৰাচলতে কি বুজালে ? কোনো মানুহে নিজে মৰি মাটিৰ তলত নিজে সোমাই থাকিব নোৱাৰে ! গতিকে হত্যাটো হৈছেই ছাগে কিন্তু তথাপিটো এইবোৰ আদালতত প্ৰমান হোৱা নাই। ৰহস্যাবৃত্ত হৈ আছে। গতিকে ৰহস্য শব্দটো ভাৱি চিন্তিয়েই ব্যৱহাৰ কৰা হৈছিল। মনত ৰাখিব লাগিব যে উল্লেখিত ব্যক্তি সকল সকলো জীৱিত। খালী শ্বীনা হয়টো নহ'ব পাৰে। প্ৰবন্ধটিৰ মূল কথা সেইটোৱেই। Wiki ত কাকো Accuse কৰা উচিত নহয়। নিউজ পেপাৰ, TV চেনেল বিলাকে তেনে ধৰণৰ accusing statement ব্যৱহাৰ কৰি থাকক। আমি বাছি বাছিহে লম। সিহঁতৰো Editor আছে আমিও Editor । তদন্ত চলি থকাটোৱেই এতিয়া শেষ তথ্য বুলি ধৰি সামৰি থোৱা হৈছে । আৰু মনত ৰাখিব লাগিব যে Wiki is not such a news paper or a bulletin board . আন ৱিকিৰ লগত সামঞ্জস্য ৰক্ষা কৰোতাই ইংৰাজী আৰু হিন্দী প্ৰৱন্ধটিৰ বাদে আৰু কেইটা পঢ়ি বুজি পাইছে কওঁক । হিন্দী প্ৰৱন্ধটিটো এতিয়াই delete কৰিব লাগে।

এতিয়া পুনৰ মুখাৰ্জী বিলাক মুকাৰ্জী মই কৰিমনে ৰাইজে কৰিব ? JBDVIJASDVI (talk) 18:28, 16 September 2015 (UTC)

ৱিকিপিডিয়াত এনে ঘটনাবোৰ "Murder case" বুলিহে উপস্থাপন কৰা হয়, "murder mystery" বুলি নহয়। ইংৰাজী, হিন্দী আৰু তামিল ৱিকিত এই প্ৰবন্ধটোৰ শিৰোনাম তেনেদৰেই লিখা হৈছে। সেইবাবেই "হত্যা ৰহস্য"ৰ পৰা "হত্যাকাণ্ড" কৰিলোঁ। "মুকাৰ্জী"ৰ কথা ক'ব নোৱাৰিম। আন সম্পাদকসকলৰ মতামত আশা কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 17:24, 17 September 2015 (UTC)