বাৰ্তা:ষ্টিলৱেল পথ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


নামাকৰণ[সম্পাদনা কৰক]

প্ৰবন্ধটো ইংৰাজীত লিডো ৰোড বুলিয়েই আছে, অসমীয়াটো সেই বুলি ৰাখিলেই (লিডু ৰোড) ভাল হ’ব নেকি?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:11, 12 এপ্ৰিল 2012 (UTC)

ময়ো কথাতো তেনেদৰেই ভাবিছিলো, কিন্তু লিডু ৰোড নামটোতকৈ ষ্টিলৱেল পথ নামটো অসমত বেছিকৈ জানে বুলি ভাবিয়েই সেই নামটো ৰাখিলো। আৰু নামটো সেইটো ৰাখিলো কাৰনেই প্ৰথম বাক্যতোতে দুয়োটা নাম ব’ল্ড কৰি লিখি দিলো। মেদিনী নেওগবাৰ্তা

ভাল বাৰু| থাকক তেন্তে তেনেকৈয়ে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা