বাৰ্তা:সত্যেন্দ্ৰনাথ শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সদস্য বাৰ্তাঃ- মাননীয় বিষ্ণু দাইটি আৰু গীতাৰ্থ কাইটি সত্যেন্দ্ৰনাথ শৰ্মাৰ পৃষ্ঠাখন একেচাৰে চালুকীয়া অৱস্থা হৈ থকা হঠাতে চকুত পৰাত মোৰ হাতত তথ্য মজুত থকাৰ বাবে পৃষ্ঠাখন আপোনালোকৰ অনুমতি অবিহনেই সৰ্ম্পূণ কৰিলো, পাৰিলে এপাক চাবচোন। কিবা সংশোধন কৰিব লগিয়া থাকিলে কৰি দিব বুলি আশা কৰিলো। ধন্যবাদ। নিতুল বৰা (talk) 02:45, 27 জুলাই 2012 (UTC)