বাৰ্তা:সম্ভাৱিতা
অৱয়ব
This article was created as part of Project Tiger 2.0 online edit-a-thon. |
সংজ্ঞা
[সম্পাদনা কৰক]- সম্ভাৱিতা তত্ত্ব = probability theory
- নিৰ্বাত নলী = vacuum tube
- অভিপ্ৰয়োগ = experiment, trial
- যাদৃচ্ছিক অভিপ্ৰয়োগ = random experiment
- পাশতি = dice
- প্ৰতিদৰ্শ বিন্দু = elementary outcome, sample point
- প্ৰতিদৰ্শ সমষ্টি = sample space
- ঘটনা = events
- সৰল ঘটনা = simple events
- মিশ্ৰ ঘটনা = composite events
- অভিনত = biased
- অনভিনত = unbiased
- সমান সম্ভাৱনাপূৰ্ণ ঘটনা = equally likely events
- পৰস্পৰ বহিৰ্ভূত ঘটনা = mutually events
- সম্পূৰ্ণ ঘটনা = exhaustive events
- নিশ্চিত ঘটনা = certain events
- অনিশ্চিত ঘটনা = uncertain events
- অনুকূল ঘটনা = favourrable evevts
- স্বতন্ত্ৰ ঘটনা = independent events
- তথ্য সংগ্ৰহ : উচ্চতৰ মাধ্যমিক গণিত, অৰুণ প্ৰকাশন, প্ৰথম প্ৰকাশ (আগষ্ট ১৯৯৭)