বাৰ্তা:হলীৰাম ডেকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিতুল দা, "মাৰ্জিত ৰুচিবোধ, প্ৰচণ্ড যুক্তিবাদী মন আৰু অভাৱনীয় সৰলতা"ৰ দৰে বিশেষণবোৰ বেছিকৈ নলগাব! তেতিয়া প্ৰবন্ধটো নিৰপেক্ষ হৈ নাথাকে। সেইবোৰ লিখিলে উপযুক্ত তথ্যসূত্ৰ দিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 15:56, 11 ডিচেম্বৰ 2012 (UTC)