বাৰ্তা:হাড়গিলা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাড়গিলা পৃষ্ঠাখনৰ শিৰোনামটো ভুল হৈ আছে । প্রশাসকসকলক শিৰোনামটো সলনি কৰি বৰটোকোলা কৰিবলৈ অনুৰোধ জনালো । মৌচুমী (talk) 17:18, 11 এপ্ৰিল 2013 (UTC)

বাৰ্তা:বৰটোকোলা অনুসৰি হাড়গিলাৰ পৰা বৰটোকোলালৈ স্থানান্তৰ কৰা হ’ল, কিন্তু দুয়োখন পৃষ্ঠাৰ সন্নিবিষ্ট তথ্যসমূহ একেই হোৱা বাবে বৰটোকোলা পৃষ্ঠাখন বিলোপ কৰিব লগা হ’ল... ঠিকেই আছে চাগে ? অসুবিধা হ’লে বৰটোকোলা আকৌ ঘূৰাই আনিব পৰা যাব| বিষ্ণু শইকীয়া 18:56, 11 এপ্ৰিল 2013 (UTC)

বিলোপ কৰা পৃষ্ঠাখন ঘূৰাই আনি কেৱল চৰাইৰ নামটো বৰটোকোলা কৰিলেই হ'ব । বাকী প্রবন্ধটোৰ মাজৰ কৰিবলগীয়া সালসলনিসমূহ কৰিব পাৰিম । বৰ্তমান থকা হাড়গিলা পৃষ্ঠাখন ঠিকেই আছে । সেইখন একো কৰিব নালাগে ৷ মৌচুমী (talk) 02:14, 12 এপ্ৰিল 2013 (UTC)

বৰটোকোলা পৃষ্ঠাৰ সংস্কৰণটো উদ্ধাৰ কৰা হ’ল... -- বিষ্ণু শইকীয়া 14:50, 12 এপ্ৰিল 2013 (UTC)