সমললৈ যাওক

বাৰ্তা:হেলেনা ব'নহাম কাৰ্টাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্রবন্ধটো আৰম্ভ কৰিছিলো যদিও চলচিত্রপঞ্জীত ইংৰাজী অংশ যোগ হোৱাৰ বাবে এডিট কৰিব নোৱাৰা হ'লো (ম'বাইলৰ পৰা); সেয়েহে কামটো সতীর্থ ৱিকিপেডিয়ানসকলৰ বাবে এৰিছো। এডিট নকৰা দেখি বিলোপ কৰি নিদিয়ে যেন। Niyorporosh (talk) 02:59, 30 আগষ্ট 2012 (UTC)


বিলোপ কৰা নহয়, কাৰণ প্ৰবন্ধটো ৱিকিৰ নীতিসন্মত| কিন্তু এটা কথা জানিব বিচাৰিলো| ইংৰাজী অংশ যোগ হোৱাৰ বাবে এডিট কৰাত কেনে অসুবিধ হৈছে বাৰু? ইংৰাজী অংশ আতৰাই দিলে তোমাৰ সম্পাদনাৰ সুবিধা হয় যদি আমি সেয়া আতৰায়ো দিব পাৰোচোন| বিষ্ণু শইকীয়া 16:45, 21 অক্টোবৰ 2012 (UTC)

ওপৰত কিছু কথা লিখিবলৈ আছেই। পিছে গোটেই পৃষ্ঠাটোৰ সম্পাদনা কৰিবলৈ ঠাইৰ অভাৱ দেখুৱায়। তাতেই অসুবিধা। ইংৰাজী অংশটো আঁতৰাই দিয়ে যদি ঠাই ওলাব চাগৈ। Niyorporosh (talk) 04:01, 22 অক্টোবৰ 2012 (UTC)

ঠিক আছে| তেনে আতৰাই দিও| চলচ্চিত্ৰবোৰ পাছত যোগ কৰিব পৰা যাৱ| বিষ্ণু শইকীয়া 08:21, 22 অক্টোবৰ 2012 (UTC)

হেলেনা ব'নহাম কাৰ্টাৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক