বাৰ্তা:হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"অশ্বনৰ"ৰ বাবে ভাল শব্দ এটা আছে: "কিন্নৰ" ব্যৱহাৰ কৰিব পৰা যায় নে কি? আধা ঘোঁড়া আৰু আধা মানুহক সংস্কৃতত কিন্নৰ (কিম্+নৰ) কয়। প্রভাকৰ শৰ্মা নেওগ (talk) 07:25, 31 জানুৱাৰী 2014 (UTC)

মই হেমকোষত চালো কিন্তু তাত কিন্নৰ বোলাত কুবেৰৰ পাৰিষদ যাৰ মানুহৰ নিচিনা গা আৰু অশ্বৰ দৰে মুখ থকা বুলি আছে। পিছে চেন্টুৰৰ ক্ষেত্ৰত কথাটো ওলোটা। কিন্নৰ ক'ব পৰা যাবনে? …………Nayanjyoti sarma (talk) 05:47, 3 ফেব্ৰুৱাৰী 2014 (UTC)

তেন্তে হেমকোষৰ কথাটো মানি লোৱাই ভাল হ'ব। মই চেন্টুৰকো কিন্নৰ ক'ব পৰা যায় বুলি ভাবিছিলোঁ (ক'ৰবাত তেনেকৈ পোৱাযেনো মনত আছে, কিন্তু পাহৰিলোঁ।) প্রভাকৰ শৰ্মা নেওগ (talk) 14:46, 3 ফেব্ৰুৱাৰী 2014 (UTC)