বাৰ্তা:১ ফেব্ৰুৱাৰী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

১ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

ৰূপম দাস 9613054687

১৭২৬ চনৰ আজিৰ দিনটোতে হেনৰি লায়লেৰ সভাপতিত্বত কলকাতাযত প্রথম ফোর্ট উইলিয়াম "মেয়ৰচ্ কোর্ট" স্থাপিত হয়।

১৮২৭ - কলকাতা চহৰত বেংগল ক্লাব প্রতিষ্ঠিত হয়।

১৮৩১ চনৰ আজিৰ দিনটোতে বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্রথম চাৰুকলা প্রদর্শনীৰ উদ্বোধন হয়।

১৮৫৫ চনৰ আজিৰ দিনটোতে কলকাতাৰ পৰা আগ্রা পর্যন্ত টেলিগ্রাফ যোগাযোগ ব্যবস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।

১৮৬২ চনৰ আজিৰ দিনটোতে বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্রথম সভা অনুষ্ঠিত হয়।

১৮৮৪ চনৰ আজিৰ দিনটোতে অক্সফোর্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এন্ট) প্রকাশিত হয় |

১৮৯৭ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ প্রাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কার্যক্রম আৰম্ভ কৰে ।

নোবেল জয়ী জাৰ্মান বিজ্ঞানী Werner Karl Heisenberg ৰ ১৯৭৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল | মৃত্যু ১৯০১ চনৰ ৫ ডিচেম্বৰত | তেওঁ জার্মান তাত্ত্বিক পদার্থবিদ আৰু কোৱান্টম বলবিদ্যাৰ উদ্ভাবক । ১৯২৫ চনত মেক্স বর্ন আৰু পাচকুৱাল জর্ডানৰ লগত মিলি হাইজেনবের্গ কোৱান্টম বলবিদ্যার মেট্ৰিক্স ভিত্তিক ব্যাখ্যা প্রদান কৰিছিল | তেওঁ অনিশ্চয়তা নীতিৰ বাবে বিখ্যাত, যি ১৯২৭ চনত প্রকাশ কৰে । কোৱান্টম বলবিদ্যাৰ আবিষ্কাৰক হিচাবে আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হিচাবে হাইড্রোজেনৰ বহুৰূপতা আবিষ্কাৰত অবদান ৰখাৰ বাবে ১৯৩২ চনত তেওঁক পদার্থবিদ্যাত নোবেল পুৰস্কাৰ দিয়া হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ নাৎসি জার্মান পাৰমাণবিক অস্ত্র প্রকল্পৰ প্রধান বিজ্ঞানী আছিল |